top of page

ঘৰমুৱা

  • Apr 22, 2018
  • 1 min read

ree

উদুলি মুদুলি

হৃদয়ৰ পদূলি

পদূলি মূৰতে এজোপা তুলসী


কোনে জানে কোনে ৰুলে

সন্ধ্য়া বন্তিৰ শিখাৰে উজ্জ্ৱলে


তুলসীৰ তলে তলে মৃগ পহু চৰে।।

Recent Posts

See All

Comments


bottom of page