Abu Dhabi
- Nabanita Borah
- Mar 26, 2019
- 1 min read
Updated: Jun 11, 2021
Never thought of falling in love with this city, but did eventually. The pristine deserts, the prayers, view from my window in those silent evenings that can make anyone longing for past eventually made the way to my heart.

এখন চহৰ যেতিয়া শুই পৰে
উক-মুকাই উঠে সাধুকথাবোৰে, গোপনে।
কি ভাল কি বেয়া
সকলো কেৱল সাধুকথা!!
এখন দেশত এজন ৰজা
ৰজাৰেই মজা, মজাৰ ৰজা
এটি দুখ উজাই আহে বুকুলৈ বুলি।
পুৰণি চিনাকি।
আৰু জন্ম হয় এটি নতুন সাধুকথাৰ
ইয়াতেই, এই সময়তেই, ঠিক এইখিনিতেই।
এখন চহৰ, কিছু কথা, সাধু কথা, পুৰণি গাঁথা
এখন দেশত এজন ৰজা
ৰজাৰেই মজা, মজাৰ ৰজা।।
Comments